XtGem Forum catalog
@ সমায় @

আইজ মোৰ সমায়
কাইল তোৰ সমায়
কিন্তু সমায় কাৰো জৈন্যে ৰোয়া নাথাকে !
সমায়ে সোগ বদলায় !
সত্য সত্য,
আমৰা সমায়েৰ দাস !
আজিৰ বাল্মিকী কালি দস্যু ৰত্নাকৰ
কালিৰ দস্যু ৰত্নাকৰ আজিৰ বাল্মিকী !

আহ্, মোৰ সমায়,
মোক নৰকত ঢেলেআ দে !

এই নৰকো নৰক
ঐ নৰকো নৰক
চাইৰোপাকে নাড়ী-ভূড়ী খাওআ
শিআল-শগুনেৰ দল !

মোক নৰকত ঢেলেআ দে
নৰকত ঢেলেআ দে
অ'ঠেই পালন কৰিম মুঁই
নৰকেৰ নষ্ট উৎসব !
---------------------------

@ অকবিতা @

(১)

কাউঅ্যাৰ কাঁক কাঁক ৰাওত
সকাল নাহায়,
বসন্ত নাইসে
কোকিলেৰ ডাকত

ৰাখলভুঁল্কা পখি আউদৰত নালুটে,
চকেআও কিচ্ মিচ্ নাকৰে
চোতালত পৰিআ

মোৰ বুকেৰ বাগানেৰ শাৰোটাৰো
এই যাং এই যাং অবস্থা !

(২)

তুঁষত লুটা, ভাঁটি পখি আৰ অনেক নাম নাজানা
ছাওআ বেলাত দেখা এই পখিগুলা আজি নাই

বাকৰাত নাই হাড়গীল্লা, ঘাঁকদামৰীআ এমন কি বগুলা

লিললিৰা বাসেৰ আগালত নাথামে আদৰেৰ ময়না

লাম্বা লাম্বা পাখৰি, ছাঁইতানত নাপৰে
জাঁক জাঁক শশুন
সন্দ্যা বেলা না-উড়ায় বাদুল আৰ চানচিল্কা

(৩)
বাদুল, বগুলা,
হৰিণ, শাঁসা,
দুৰা, কাঁকৰা......
এৰ পৰে আৰ কিসত চোঁখ
গুঁই, ইন্দুৰ, বেং, শিআল
আৰো কিছু

দুইদিন পৰে শিকাৰ হৈবে কুকুৰ, বিলাই

আৰ কিছু বাকী

আয় খায়া যা
মোৰ বুকেৰ কইল্জা !
---------------------------

ණ কন্দর্পজিৎ কল্লোল

No content for this blog yet.